← ফুৰি যাওক

পূৰ্ব্বাপৰ

অৰ্থ

1.

পুৰণি আৰু বৰ্ত্তমান কাল; আগৰ কাল আৰু এতিয়াৰ কাল

the past and the present

বি.

সমাৰ্থক শব্দ

2.

আগ-পাছ; কোনো কথাৰ আঁতি-গুৰি

everything past and present about a matter

বি.

সমাৰ্থক শব্দ

3.

আগৰ আৰু এতিয়াৰ; আগেয়ে আৰু এতিয়া হোবা

of the past and the present

বিণ.

সমাৰ্থক শব্দ

4.

আগেয়ে আৰু এতিয়া; আগে-পাছে

at the past and present time

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ