← ফুৰি যাওক

পূৰ্ব্ব

pūrbba

অৰ্থ

1.

প্ৰথম; আদি; আগ

the beginning; prior or former time

বি.

সমাৰ্থক শব্দ

2.

পূৰ্ব-দিশ; গুৰি

the east

বি.

সমাৰ্থক শব্দ

3.

আগৰ; আদিৰ; পূৰ্ব্বকালৰ

former; previous

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ