কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকিcakiNoun
ৰজাৰ নগৰ বা গড়ৰ দুবাৰ বা পৰ দিয়া ঠাই
a gate or entrance to a palace or city where a guard is placed
- চকিয়ালcakiẏālaNoun
পৰ দিয়া মানুহ; পৰীয়া; প্ৰহৰী; চকিদাৰ
a guard; a sentry
- চকীcakīNoun
ৰজাৰ নগৰ বা গড়ৰ দুবাৰ বা পৰ দিয়া ঠাই
a gate or entrance to a palace or city where a guard is placed
- চকীয়ালcakīẏālaNoun
পৰ দিয়া মানুহ; পৰীয়া; প্ৰহৰী; চকিদাৰ
a guard; a sentry
- চকুcakuNoun
চক্ষু; শৰীৰৰ যি অঙ্গেৰে দেখা যায়; নেত্ৰ; নয়ন
the eye
- চকু নমাNoun
চকু উখহা আৰু ৰঙা হোবা এবিধ ৰোগ
opthalmia; conjunctivitis
- চকু পোৰণিso.ku po`.ro.niAbstract Noun
আনৰ সুযোগ-সুবিধা, সফলতা, সম্পত্তি আদি দেখি হোৱা অসন্তুষ্টি বা তাৰ প্ৰতি জন্মা লোভ।
a feeling of discontent or covetousness with regard to another's advantages, success, possessions, etc.
- চকু বিশেষজ্ঞso.ku bi.xe.xog.gyoCommon Noun
চকুৰ ৰোগৰ বিশেষজ্ঞ ডাক্তৰ৷
a doctor who specializes in examining and treating the eyes.
- চকু-দানNoun
নতুনকৈ সজা প্ৰতিমাৰ চকুত ৰং বা অঞ্জন দি তাৰ প্ৰাণ-প্ৰতিষ্ঠা কৰা কাৰ্য্য
the ceremony of anointing the eyes of an idol at the time of consecration
- চকুঢৰহাNoun
মানুহৰ চকুত সোমাই দুখ দিয়া এবিধ উৰি ফুৰা সৰু পোক
a small insect which gets into the eyes
- চকুদান কেন্দ্ৰso.ku.dan ken.droMaterial Noun
চকু কৰ্নিয়া সলাবৰ বাবে, সদ্যমৃত লোকৰ পৰা চকু সংগ্ৰহ কৰি, নেত্ৰবেংকত ৰখা হয়৷
Eye banks retrieve and store eyes for cornea transplants and research. The first eye bank was founded in 1944. Currently, in the United States, eye banks provide tissue for about 46,000 cornea transplants each year to treat conditions such as keratoconus and corneal scarring.
- চকুপানীso.ku.pa.niMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- চকুবাcakubāAdjective
চকু থকা; আখি থকা
knotted; full of joints
- চকুসিয়াcakusiẏāNoun
গোটা, ফোপোলা, পাত-নাইকিয়া, ঘন গাঁঠি থকা এবিধ লতা বগোবা বন [টানিলে যোৰাবোৰ এৰাই ডোখৰ ডোখৰ হয়; পাছে গাঁঠিৰ খাঁজে খাঁজে সুমাই দিলে আকৌ লাগি ধৰে।]
a kind of grass
- চকুৰ কুটা, চকুৰ কুটা দাঁতৰ শূলNoun
নিতান্ত অপ্ৰিয় লোক। দেখিব নোবৰা অৰ্থাৎ দেখি ভাল নলগা বস্ত্ত; অপ্ৰিয় বস্ত্ত; নিতান্ত অপ্ৰিয় লোক
an eye-sore
- চকুৰ কূটাso.kur ku.taCommon Noun
কোনো অপ্ৰিয় বস্তু বা লোক
Something very ugly and offensive
- চকুৰ ঠাৰso.kur tharVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- চকুৰ নোমMaterial Noun
চকুক ধূলিৰ পৰা ৰক্ষা কৰিবলৈ চকুৰ পতাৰ কাষত গজা বক্ৰাকৃতিৰ চুটি নোম ৷
each of the short curved hairs growing on the edges of the eyelids, serving to protect the eyes from dust.
- চকুৰ পতাso.kur po.taAbstract Noun
Either of the folds of skin closing to cover the eyes
- চকুৰ পুতলা, চকুৰ মণিNoun
চকুৰ মাজৰ মণিৰ নিচিনা উজ্জ্বল অংশ
the pupil of the eye