← ফুৰি যাওক

চকুঢৰহা

অৰ্থ

1.

মানুহৰ চকুত সোমাই দুখ দিয়া এবিধ উৰি ফুৰা সৰু পোক

a small insect which gets into the eyes

বি.

2.

পৰৰ শ্ৰী দেখিব নোবৰা; চকু পোৰা

envious

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ