← ফুৰি যাওক

চকুৰ ঠাৰ

so.kur thar

অৰ্থ

1.

পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |

A glance directed to the side; an oblique or sideways look

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চকুৰ ঠাৰ · অসমীয়া অভিধান