কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অ`ফিঅ`লাইটNoun
অ`ফিঅ`লাইট
অ`ফিঅ`লাইট
- অ`মNoun
অ`ম
অ`ম
- অ`মীয় সংস্পৰ্শNoun
অ`মীয় সংস্পৰ্শ
অ`মীয় সংস্পৰ্শ
- অ`মেগাNoun
the last letter of a series
- অ`মেগা মেজনNoun
অ`মেগা মেজন
অ`মেগা মেজন
- অ`মৰ নীতিNoun
অ`মৰ বিধি, অ`মৰ নীতি
অ`মৰ বিধি, অ`মৰ নীতি
- অ`মৰ বিধিNoun
অ`মৰ বিধি, অ`মৰ নীতি
অ`মৰ বিধি, অ`মৰ নীতি
- অ`ৰষ্টেডNoun
অ`ৰষ্টেড
অ`ৰষ্টেড
- অঁইam̐iNoun
ম'হে মতা মাত; গুবালে ম'হক মতা মাত
the natural sound uttered by a buffalo; an imitative word used by man when calling a buffalo
- অঁকাam̐kāNoun
দৰং জিলাৰ উত্তৰ দাঁতিৰ পৰ্ব্বতত থকা এক জনজাতি।
- অঁকৰামিo~.ko.ra.miAbstract Noun
lack of knowledge, understanding or information about something
- অঁসূয়াo~.xu.yaAbstract Noun
কাৰোবাৰ অনুপস্থিতিত তেওঁৰ বিপক্ষে কোৱা লগনীয়া কথা৷
Words falsely spoken that damage the reputation of another.
- অঁড়াam̐ṛāNoun
অঁৰা।
- অঁৰাam̐rāNoun
চোম-পতীয়া মুগাৰ বাহিৰে আন যেই সেই চাৰিটা সৰু বস্ত্তৰ লেখ
a count of four
- অঁৰিয়া-অঁৰিam̐riẏā-am̐riNoun
এটাই আনটোলৈ শত্ৰুভাব আচৰণ কৰা; এটাই আন এটতকৈ ভাল হ'বৰ চেষ্টা; প্ৰতিদ্বন্দ্বিতা; বগিয়াবগি
emulation; rivalry
- অংকong.koAbstract Noun
১৷ ১-ৰ পৰা ৯-লৈ আৰু ০ ৰ মাজৰ যিকোনো এটা সংখ্যা২৷ অন্য সংখ্যা-প্ৰণালীৰ যিকোনো চিহ্ন
1. any of the Arabic figures of 1 through 9 and 0. <br>2. any of the symbols of other number systems, as 0 or 1 in the binary.
- অংক-লক্ষ্মীong.ko-lo.khyiCommon Noun
পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।
a man's partner in marriage; the female spouse.
- অংক`জিনNoun
অংক`জিন
অংক`জিন
- অংকগৰ্ভong.ko.gor.bhoMaterial Noun
কেংগাৰু, ওপোচাম আদি দ্বিগৰ্ভ স্তন্যপায়ী জীৱৰ পেটৰ বাহিৰত থকা পোৱালীবাহী মোনা।
the pouch on a female marsupial's belly for carrying its young.
- অংকনong.konVerbal Noun
কাগজ, ফলি আদিত কলপ, দোৱাত আদিৰে কোনো চিত্ৰ তৈয়াৰ কৰা কাৰ্য
the act drawing that is create a picture by pen and pencil on a writing surface such as paper.