← ফুৰি যাওক

অংকগৰ্ভ

ong.ko.gor.bho

অৰ্থ

1.

কেংগাৰু, ওপোচাম আদি দ্বিগৰ্ভ স্তন্যপায়ী জীৱৰ পেটৰ বাহিৰত থকা পোৱালীবাহী মোনা।

the pouch on a female marsupial's belly for carrying its young.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অংকগৰ্ভ · অসমীয়া অভিধান