অঁৰিয়া-অঁৰি
am̐riẏā-am̐ri
অৰ্থ
1.
এটাই আনটোলৈ শত্ৰুভাব আচৰণ কৰা; এটাই আন এটতকৈ ভাল হ'বৰ চেষ্টা; প্ৰতিদ্বন্দ্বিতা; বগিয়াবগি
emulation; rivalry
বি.
2.
এটাই আন এটাৰ লগত আঁৰি মৰা কাৰ্য্য
the act of betting with one another
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ