← ফুৰি যাওক

অঁকা

am̐kā

অৰ্থ

1.

দৰং জিলাৰ উত্তৰ দাঁতিৰ পৰ্ব্বতত থকা এক জনজাতি।

বি.

2.

নৰ হতুবাই অঙ্কন কৰা, আঁক বা চিন দিয়া

to cause to be drawn or inscribed

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ