কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওভতালিNoun
দুষ্টালি; বিপৰীত আচৰণ
waywardness
- ওভোতাobhotāAdjective
ওলোটা, বিপৰীত
contrary; opposite
- ওমা-গোমাomā-gomāAdjective
ডাবৰীয়া (বতৰ বা আকাশ)
obscured or cloudy as the sky
- ওমাগোমাo`.ma.go`.maProper Adj.
মেঘেৰে ঢাকি থকা আকাশ
Full of or covered with clouds.
- ওলম-ধোলোমolama-dholomaAdjective
ওলমি জোকাৰ খাই থকা; ওলমি দুলি বা লৰি থকা
dangling
- ওলমা-মণিAdjective
সোণৰ ঘূৰণীয়া আৰু পোবাল-মণি বনিয়াই গাঁথি ওলমাই পিন্ধা মণি
a necklace consisting of corals and gold beads
- ওলম্-জোলমAdjective
যিমানকৈ ওলমিব আগে তাতকৈ বেছিকৈ ওলমা; জপ-জপীয়াকৈ ওলমি পৰা
hanging down clumsily
- ওলোটাoloṭāAdjective
ওভোতা; বিপৰীত; মুখৰ ফাল পাছ হোবা; গুৰিৰ ফাল ওপৰ আৰু আগৰ ফাল তল হোবা
contrary; inverted; turned upside down
- ওষ্ঠাগত- প্ৰাণAdjective
যাৰ প্ৰাণ বাহিৰ হ'বৰ উপক্ৰম হৈছে; মৱতপ্ৰায়; মৰোঁ মৰোঁ হোবা; প্ৰাণ বাহিৰ হোবাৰ অবস্হা পোবা।
- ওস্তাদostādaNoun
গান-বাদ্য আদি শিকোবা মানুহ; ওজা
an instructor
- ওৰ-ঘোৰora-ghoraAdjective
অতিশয়; প্ৰবল; গভীৰ; যেনে-"ওৰ-ঘোৰ মাৰ; ওৰ-ঘোৰ টোপনি; ; ক্ৰি. বিণ. ওৰাই-ঘোৰাই।
severe; deep
- ওৰণীয়াAdjective
ওৰণিৰ দৰে কাণ বা দাঁতিটো ভিতৰ ফাললৈ ঘোৰ লোবা; যেনে-"ওৰণীয়া টৌ"
having the brim gradually projecting towards the centre and thus partly covering the mouth
- ওৰে জীৱনo’.re ji.bonAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- ওৰেটোo`.re.to`Proper Adj.
সকলোখিনি; যিমান আছে সকলো
the entire lot or total
- ওৰেটো জীৱনo’.re.to’ ji.bonAdjective Adj.
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷
lasting or existing all through somebody's life; lasting a lifetime
- ওৱাকিপo’.wa.kipProper Adj.
বুজি পোৱা অথবা জনা হোৱা |
understood or having knowledge about
- ওৱাদানিo’wa.da.niProper Adj.
যিমান প্ৰয়োজন সিমানখিনি অভাৱ নোহোৱাকৈ পোৱা|
Of a quantity that can fulfil a need or requirement but without being abundant.
- ওৱাহোঁৱাo`.wa.ho~aProper Adj.
যিমান প্ৰয়োজন সিমানখিনি অভাৱ নোহোৱাকৈ পোৱা|
Of a quantity that can fulfil a need or requirement but without being abundant.