← ফুৰি যাওক

ওলোটা

oloṭā

অৰ্থ

1.

ওভোতা; বিপৰীত; মুখৰ ফাল পাছ হোবা; গুৰিৰ ফাল ওপৰ আৰু আগৰ ফাল তল হোবা

contrary; inverted; turned upside down

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওলোটা · অসমীয়া অভিধান