← ফুৰি যাওক

ওষ্ঠাগত- প্ৰাণ

অৰ্থ

1.

যাৰ প্ৰাণ বাহিৰ হ'বৰ উপক্ৰম হৈছে; মৱতপ্ৰায়; মৰোঁ মৰোঁ হোবা; প্ৰাণ বাহিৰ হোবাৰ অবস্হা পোবা।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওষ্ঠাগত- প্ৰাণ · অসমীয়া অভিধান