← ফুৰি যাওক

ওলমা-মণি

অৰ্থ

1.

সোণৰ ঘূৰণীয়া আৰু পোবাল-মণি বনিয়াই গাঁথি ওলমাই পিন্ধা মণি

a necklace consisting of corals and gold beads

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওলমা-মণি · অসমীয়া অভিধান