কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আগিāgiNoun
জুই; অগ্নি
fire
- আগিয়াāgiẏāNoun
জুই; অগ্নি
fire
- আগিয়াচিতাāgiẏācitāNoun
আগেচিতা।
- আগিয়াঠুঁটিāgiẏāṭhum̐ṭiNoun
নৈ বা সাগৰৰ ভিতৰলৈ আগ বাঢ়ি বা সোমাই থকা গৰা বা বালি; অন্তৰীপ
a promontory; a portion of land projecting into a river or sea
- আগিয়াথুৰিāgiẏāthuriNoun
আগিয়িচিতাৰ পাতৰ থোৰ।
- আগীয়াঠুঁটিa.gi.ya.thu~.tiMaterial Noun
সাগৰ বা নৈৰ ভিতৰলৈ আগবাঢ়ি যোৱা কিলাকুটীয়া মাটিভাগ
a land prodruding into a water-body
- আগুনিāguniNoun
অগ্নি; জুই।
- আগুৰানāgurānaNoun
এখন বহল দীঘল কাপোৰ, যাৰ দ্বাৰা তিৰোতাৰ বুকৰ ভাগ আগুৰা বা ঢকা যায়
a country-made broad cloth worn by woman
- আগেইলাMaterial Noun
বাঁহৰ আগখণ্ড
Front part of bamboo tree
- আগেচিতাāgecitāNoun
এবিধ ক'লা-সেউজীয়া লতাচানেকীয়া সৰু সৰু ৰঙা ফুল ধৰা বন-গছ [ইয়াৰ এঠা গাত লাগিলে ঘা হয়; ই ঔষধত লাগে]
a medicinal plant; Plumbago Rosea
- আগেলীāgelīNoun
নাবৰ আগ-মূৰত চৰি বা ব'ঠা বোবা মানুহ; আগোবাল
a rower
- আগোবালāgobālaNoun
নাবৰ আগ-মূৰত চৰি বা ব'ঠা বোবা মানুহ
a rower at the prow of a boat
- আগোৱালa.go`.walCommon Noun
নাও বাই নিয়া লোক, নাও-চলোৱা মানুহ ।
A person who provides transport buy boat.
- আগ্-ঠুঁটিāg-ṭhum̐ṭiNoun
নৈ বা সাগৰৰ ভিতৰলৈ আগ বাঢ়ি বা সোমাই থকা গৰা বা বালি; অন্তৰীপ
a promontory; a portion of land projecting into a river or sea
- আগ্নেয় শিলMaterial Noun
Rocks formed by the cooling and solidifying of molten materials
- আগ্নেয়ান্ত্ৰāgneẏāntraNoun
যি অস্ত্ৰৰ মুখত জুই ওলায়; ব্ৰহ্মাস্ত্ৰ, পাশুপত, শতঘ্নী প্ৰভৱতি অস্ত্ৰ, বৰটোপ; হিলৈ আদি
a fire-arm
- আগ্নেয়াস্ত্ৰag.ne.yas.troMaterial Noun
বন্দুক, পিষ্টল বা আন তেনে প্ৰকাৰৰ আহিলা য’ত খাৰ-বাৰুদ আদিৰ প্ৰজ্বলন হোৱাৰ ফলত তীব্ৰ গতিৰে গুলীটো নলীৰে ওলাই যায় ৷
A gun, pistol, or any weapon from which a shot is discharged by the force of an explosive substance, as gunpowder.
- আগ্ৰণটী ডলাāgraṇaṭī, ḍalāNoun
দৰা-কন্যাক আদৰি নিয়া চোঁবৰ, চাকি, ধান, সিন্দূৰ-পাত্ৰ আদি থকা ডলা; যেনে-আগ্ৰণটী ডলাক ধৰি যত নাৰীগণ। জুমাজুম ঝোকাৰ দিবয় ঘনে ঘন (শ্ৰীৰাম-কীৰ্ত্তন)।
- আগ্ৰহāgrahaNoun
কোনো বস্ত্ত পাবলৈ কৰা ডাঙৰ যত্ন বা ইচ্ছা
earnest endeavour
- আগ্ৰাসনa.gra.xonAbstract Noun
Unprovoked attack or hostile behaviour