← ফুৰি যাওক

আগিয়াথুৰি

āgiẏāthuri

অৰ্থ

1.

আগিয়িচিতাৰ পাতৰ থোৰ।

বি.

2.

ব্ৰহ্মপুত্ৰৰ উত্তৰৰ কামৰূপৰ এটা সৰু পৰ্ব্বত।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আগিয়াথুৰি · অসমীয়া অভিধান