← ফুৰি যাওক

আগ্ৰহ

āgraha

অৰ্থ

1.

কোনো বস্ত্ত পাবলৈ কৰা ডাঙৰ যত্ন বা ইচ্ছা

earnest endeavour

বি.

2.

বেছি ব্যগ্ৰতা; হেঁপাহ

ardour; zeal

বি.

3.

অনুগ্ৰহ

favour

বি.

4.

ছলে-বলে লোবা বা গ্ৰহণ কৰা; আক্ৰমণ; যেনে-"মুণ্ড মুণ্ডি সৰ্ব্বস্বক কৰিব আগ্ৰহ" (ভাগবত

বি.

5.

ম স্কন্ধ); "যি লোকৰ ধন আগ্ৰহি ধনী হয়, তাৰ ধন অখালডাঁৰত যায়"

attack; seizure

বি.

6.

আক্ৰোশ; ৰক্ষা; যেনে-"যাত দুয়োজনে আগ্ৰহ এড়ি তত্ত্ব নিৰূপণ কৰে" (ক.গী.)

cherished ill- will

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ