← ফুৰি যাওক

আগ্-ঠুঁটি

āg-ṭhum̐ṭi

অৰ্থ

1.

নৈ বা সাগৰৰ ভিতৰলৈ আগ বাঢ়ি বা সোমাই থকা গৰা বা বালি; অন্তৰীপ

a promontory; a portion of land projecting into a river or sea

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আগ্-ঠুঁটি · অসমীয়া অভিধান