← ফুৰি যাওক

আগিয়াচিতা

āgiẏācitā

অৰ্থ

1.

আগেচিতা।

বি.

2.

এবিধ ক'লা-সেউজীয়া লতাচানেকীয়া সৰু সৰু ৰঙা ফুল ধৰা বন-গছ [ইয়াৰ এঠা গাত লাগিলে ঘা হয়; ই ঔষধত লাগে]

a medicinal plant; Plumbago Rosea

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আগিয়াচিতা · অসমীয়া অভিধান