কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চেৰচেৰণিVerbal Noun
খোৱা বস্তু গৰম তেলত ভাজিলে হোৱা শব্দ৷
the sound that you hear when you fry food in hot oil; the hissing sound of food being fried in hot oil.
- চেৰচেৰণি উঠVerb-Intran.
খোৱা বস্তু গৰম তেলত ভাজিলে চেৰচেৰ শব্দ কৰা৷
to make the hissing sound of food frying in hot oil.
- চেৰচেৰাVerb-Intran.
খোৱা বস্তু গৰম তেলত ভাজিলে চেৰচেৰ শব্দ কৰা৷
to make the hissing sound of food frying in hot oil.
- চেৰাcerāIntransitive verb
পানীৰ নিচিনা শৌচ কৰ্
to have looseness of bowels
- চেৰাশালিত পৰ্se.ra.xa.lit porVerb-Trans.
জৰায়ুৰ পৰা (সন্তান) বাহিৰলৈ উলিয়াই দে
to cause to be born (a child)
- চেৰেং কৰেcerem, kareAdverb
অকস্মাৎ; হটাৎ
suddenly (said of recollecting anything)
- চেৰেংকৈse.reng.koiAdverb
অকস্মাৎ বা হঠাতে (পাহৰি থকা কথা মনত পৰাৰ ক্ষেত্ৰত)
suddenly (in case of recollecting something)
- চেৰেলিয়াcereliẏāIntransitive verb
বেছিকৈ পাতল শৌচ কৰ্
to suffer from loose bowels or too much purging
- চোcoTransitive verb
স্পৰ্শ কৰ্; গাত লাহেকৈ হাত দি বা লগা
to touch
- চোঁচাTransitive verb
আনক চুঁচিবলৈ দি।
- চোঁচা লso~.sa loVerb-Trans.
মাৰিবলৈ বা আক্ৰমণ কৰিবলৈ খেদা মাৰ ৷
to pursue in order to seize, overtake, etc.
- চোঁচোৰাcom̐corāTransitive verb
মাটিত বা আন কোনো বস্ত্তৰ ওপৰত পেলাই ঘঁহাই টানি নি
to drag along on the ground or some other solid surface
- চোঁচোৰ্Verb-Trans.
মাটিত বা আন কোনো বস্তুৰ ওপৰত পেলাই ঘঁহাই টানি নি৷
to drag along on the ground or some other solid surface.
- চোঁচ্so`~sVerb-Trans.
বাহিৰৰ কোনো ধুলি বন আদিৰ তৰপ পৰিষ্কাৰ কৰ্
to remove or free an outer layer, adhering matter etc from a surface
- চোঁচৰাcom̐carāTransitive verb
মাটিত বা আন কোনো বস্ত্তৰ ওপৰত পেলাই ঘঁহাই টানি নি
to drag along on the ground or some other solid surface
- চোঁচৰ্com̐carIntransitive verb
কোনো বস্ত্তৰ গাত লাগি ঘঁহনি খাই যা
to slip along
- চোঁত কৰেso`~t ko.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- চোঁতকৈso`~t.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- চোঁৎ কৰে, চোঁত কৈAdverb
অতি শীঘ্ৰে; বৰ বেগাই
quickly
- চোকা হso’.ka hoVerb-Intran.
to become finer at the edge so as to cut more effectively.