← ফুৰি যাওক

চোঁচ্

so`~s

অৰ্থ

1.

বাহিৰৰ কোনো ধুলি বন আদিৰ তৰপ পৰিষ্কাৰ কৰ্

to remove or free an outer layer, adhering matter etc from a surface

সকৰ্মক ধাতু

2.

সকলো বাহিৰলৈ লৈ গৈ একো নাইকিয়া কৰ্ বা দুখীয়াত পৰিণত কৰ্, যেনেঃ বিদেশীয়ে দেশখন তেনেই চুঁচিলে ৷

to reduce to poverty or to take away everything

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ