← ফুৰি যাওক

চেৰচেৰণি

অৰ্থ

1.

খোৱা বস্তু গৰম তেলত ভাজিলে হোৱা শব্দ৷

the sound that you hear when you fry food in hot oil; the hissing sound of food being fried in hot oil.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চেৰচেৰণি · অসমীয়া অভিধান