← ফুৰি যাওক

চোঁচোৰা

com̐corā

অৰ্থ

1.

মাটিত বা আন কোনো বস্ত্তৰ ওপৰত পেলাই ঘঁহাই টানি নি

to drag along on the ground or some other solid surface

সক. ধা.

সমাৰ্থক শব্দ

2.

অনেকবাৰ অহা-যোবা কৰা; যেনে-"এইকেইটা পইছা দিবলৈকে তেওঁ মোক ইমান চোঁচৰালে"; . কৱদ

to cause one to call on several times

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ