← ফুৰি যাওক

চোঁচৰ্

com̐car

অৰ্থ

1.

কোনো বস্ত্তৰ গাত লাগি ঘঁহনি খাই যা

to slip along

অক. ধা.

2.

গাৰ কোনো এভাগ মাটিত ঘঁহাই বাট বুল্ বা গতি কৰ্; . কৱদ

to move along by dragging a part of the body behind

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চোঁচৰ্ · অসমীয়া অভিধান