কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিচৰাbicarāTransitive verb
আমৰ দ্বাৰায় অন্বেষণ কৰা; অনুসন্ধান কৰা
to cause to search
- বিছাbichāTransitive verb
বহলাই মেল্; পাৰ্; যেনে-"সুবৰ্ণ খাটত; বিছাই হংস তুলি" (কীৰ্ত্তন)
to spread out
- বিছুbichuTransitive verb
এৰ্; ত্যাগ কৰ্; যেনে-"তযু জায়া সীতাদেবী হন্ত মহা শাস্তী। তোমাক বিছুই অল্পকালে এৰিবন্তি" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)
to give up; to forsake
- বিছুৰ্bichurTransitive verb
এৰ্; ত্যাগ কৰ্; যেনে-"তযু জায়া সীতাদেবী হন্ত মহা শাস্তী। তোমাক বিছুই অল্পকালে এৰিবন্তি" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)
to give up; to forsake
- বিজননbi.jo.nonVerbal Noun
একে প্ৰজাতিৰ অধিক সদস্য উত্পাদন বা সৃষ্টি কৰা
Production of further members of the same species
- বিজবিজাbij.bi.jaVerb-Intran.
to cause some uneasy feeling on the skin
- বিজল ধৰ্bijala, dharIntransitive verb
নানা ৰকম কথাৰে বিদ্ৰুপ কৰ্; পৰিহাস কৰ্
to joke; to joke and fun
- বিজলাbijalāIntransitive verb
মল্কৰা কৰ্; প্ৰশংসাৰ ছলেৰে পৰিহাস কৰ্
to joke; to ridicule
- বিজুলী মাৰ্bi.ju.li marVerb-Intran.
আকাশত ডাৱৰৰ প্ৰচণ্ড খুন্দিয়া-খুন্দিৰ ফলত হঠাতে বিজুলী প্ৰবাহ হৈ উজ্জ্বল পোহৰ আৰু শব্দৰ সৃষ্টি হ।
to cause to have a giant discharge of electricity accompanied by a brilliant flash of light and a loud crack of thunder.
- বিজুলী সঞ্চাৰেAdverb
বিজুলীৰ গতিৰে।
- বিজুলীবেগেbi.ju.li.be.geVerbal Adj.
অতি বেগী বা হঠাতে অহা/ যোৱা, হোৱা৷ যেনেঃ বিদ্যুতক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে৷
very fast or sudden.
- বিজ্ঞানসন্মতভাৱেbig.gan.xon.mo.to.bha.beAdverb
In accordance with the systematic method or approach of science
- বিজ্ঞাপন দেbig.ga.pon deVerb-Trans.
কোনো উৎপাদিত দব্য, সেৱা আদিৰ প্ৰশংসা কৰি সাধাৰণ জনসাধাৰণে কিনিবলৈ বা ব্যৱহাৰ কৰিবলৈ ৰাজহুৱাভাৱে সংবাদপত্ৰ, ৰেডিঅ’ বা দূৰদৰ্শনৰ জড়িয়তে দিয়া ঘোষনা৷
to announce or praise (a product, service, etc.) in some public medium (like newspaper,radio or television) of communication in order to induce people to buy or use it.
- বিজ্বিজাbijbijāIntransitive verb
গাৰ ছালত খজুবতি আৰু পোৰণি বা অসুখ জন্মা
to cause irritation or itching sensation
- বিজয়ী হbi.jo.yi hoVerb-Intran.
কোনো খেল বা যুদ্ধত জয় লাভ কৰ৷
to achieve victory in a game or in a war
- বিটাল্biṭālIntransitive verb
ঘোদাল্, অপৰিষ্কাৰ কৰ; যেনে-"জল দি পূজিলোহেঁতেন মাছে বিটালিলে" (আইনাম)।
- বিত বিত কৰিbita, bita, kariAdverb
এটা এটা কৰি; বিতং কৰি
very minutely; in detail
- বিতংভাৱেbi.tong.bha.beAdverb
অতি বহলকৈ সকলোবোৰ বৰ্ণনা দি (কোনো কথা কোৱা)
(describing something) in an exhaustive manner that is covering all minute details
- বিতণ্ডা কৰ্bi.ton.da korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- বিতত কৰ্bi.tot korVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state