← ফুৰি যাওক

বিজুলী মাৰ্

bi.ju.li mar

অৰ্থ

1.

আকাশত ডাৱৰৰ প্ৰচণ্ড খুন্দিয়া-খুন্দিৰ ফলত হঠাতে বিজুলী প্ৰবাহ হৈ উজ্জ্বল পোহৰ আৰু শব্দৰ সৃষ্টি হ।

to cause to have a giant discharge of electricity accompanied by a brilliant flash of light and a loud crack of thunder.

অকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিজুলী মাৰ্ · অসমীয়া অভিধান