← ফুৰি যাওক

বিছু

bichu

অৰ্থ

1.

এৰ্; ত্যাগ কৰ্; যেনে-"তযু জায়া সীতাদেবী হন্ত মহা শাস্তী। তোমাক বিছুই অল্পকালে এৰিবন্তি" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)

to give up; to forsake

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিছু · অসমীয়া অভিধান