← ফুৰি যাওক

বিটাল্

biṭāl

অৰ্থ

1.

ঘোদাল্, অপৰিষ্কাৰ কৰ; যেনে-"জল দি পূজিলোহেঁতেন মাছে বিটালিলে" (আইনাম)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিটাল্ · অসমীয়া অভিধান