← ফুৰি যাওক

বিছা

bichā

অৰ্থ

1.

বহলাই মেল্; পাৰ্; যেনে-"সুবৰ্ণ খাটত; বিছাই হংস তুলি" (কীৰ্ত্তন)

to spread out

সক. ধা.

2.

গাত বিষাক্ত শুং থকা এবিধ পোক

a hairy caterpillar

বি.

3.

অষ্টম ৰাশি

the sign scorpion; the 8 th lunar mansion of the Zodiac

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিছা · অসমীয়া অভিধান