← ফুৰি যাওক

বিজুলীবেগে

bi.ju.li.be.ge

অৰ্থ

1.

অতি বেগী বা হঠাতে অহা/ যোৱা, হোৱা৷ যেনেঃ বিদ্যুতক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে৷

very fast or sudden.

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিজুলীবেগে · অসমীয়া অভিধান