কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আনফালেan.pha.leAdverb
ভবা বা কোৱা দিশ বা ঠাইৰ সলনি বেলেগ দিশ বা ঠাইলৈ।
towards some other direction.
- আনভিতিānabhitiAdverb
অইনফালে; আন ঠাইলৈ; যেনে-"মৱগ হেতু লক্ষ্মণে চলিলা আনভিতি" (মা. ক., অযোধ্যাকাণ্ড)।
- আনাবাবেānābābeAdverb
বতাহ নোহোবাকৈ
without a blast of wind
- আনামতেānāmateAdverb
অনৰ্থক; অকাৰণত; অবাবত
without any reason; unnecessarily
- আনাৰণেānāraṇeAdverb
বিনাৰণে।
- আনুদিতānuditaAdverb
দিনে দিনে; নিত্য; নিতৌ; প্ৰত্যহ
everyday
- আনুদিনেānudineAdverb
দিনে দিনে; নিত্য; নিতৌ; প্ৰত্যহ
everyday
- আনুষ্ঠানিকভাৱেa.nus.tha.nik.bha.beAdverb
নিয়ম-নীতি অনুসাৰে
in a formal manner
- আনে-বানেāne-bāneAdverb
সৰহকৈ; অধিক পৰিমাণে; বৰকৈ
abundantly; luxuriantly
- আনেকাদিনাānekādināAdverb
পাচদিনা
on the follōwing day
- আন্ānTransitive verb
তুলি. ধৰি বা খেদাই ওচৰ চপা; লৈ আহ্
to bring
- আন্তৰিকতাৰেan.to.ri.ko.ta.reVerbal Adj.
(an action) carried out with grace, warmth and respect
- আন্দোলন কৰ্an.do’.lon korVerb-Trans.
অসন্তুষ্টি বা অসন্মতি প্ৰদৰ্শন কৰা
to display disapproval
- আন্দোল্āndolIntransitive verb
ওলমি লৰি থাক্, কোনো বস্ত্তৰ ভৰত দোঁ খা; যেনে-গুটিৰ ভৰত গছজোপা আন্দোলি পৰিছে; খাবলৈ পাই তাৰ গাৰ মঙহ আন্দোলি পৰিছে
to bend; to hand down
- আন্ধাৰে-পিন্ধাৰেAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- আনৰ হতুবাইTransitive verb
খোঁচা; জোঙা অস্ত্ৰেৰে প্ৰহাৰ কৰা
to cause to be pierced
- আনৰ হতুবাই গৰকাTransitive verb
to cause to be trampled
- আপডাল কৰ্ap.dal korVerb-Trans.
to provide people or living things with food in order to make them grow and keep them healthy
- আপতন কোণa.po.tonVerbal Noun
ওপৰৰ পৰা অথবা উচ্চ পদৰ পৰা তললৈ নামি অহা|
descent to a lower position or standing.
- আপতিতa.po.ti.toVerbal Adj.
পোহৰৰ ৰশ্মি কোনো বস্তুৰ ওপৰত পৰা বা খুন্দা খোৱা ৷
Falling or striking of light rays on something.