আপতন কোণ
a.po.ton
অৰ্থ
1.
ওপৰৰ পৰা অথবা উচ্চ পদৰ পৰা তললৈ নামি অহা|
descent to a lower position or standing.
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
2.
শব্দ বা পোহৰৰ দৰে তৰংগ বা ৰশ্মিয়ে কোনো পৃষ্ঠত পৰোঁতে বা আঘাত কৰোঁতে ই পৃষ্ঠখনৰ আঘাত কৰা বিন্দুত উলম্ব ৰেখা এডালৰ সৈতে সৃষ্টি কৰা কোণটো
the angle formed by a ray or wave, as of light or sound, striking a surface and a line perpendicular to the surface at the point of impact
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ