← ফুৰি যাওক

আন্

ān

অৰ্থ

1.

তুলি. ধৰি বা খেদাই ওচৰ চপা; লৈ আহ্

to bring

সক. ধা.

2.

বিয়া কৰ্; যেনে-"ধনৰ অভাবত ল'ৰাটোলৈ এতিয়াও ছোবালী এজনী আনিব পৰা নাই

to marry

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ