← ফুৰি যাওকআনুদিনেānudineঅৰ্থ1.দিনে দিনে; নিত্য; নিতৌ; প্ৰত্যহeverydayক্ৰি. বিণ.সমাৰ্থক শব্দআনুদিত · ānudita2.অনুক্ৰমে; সময়ত; যথা সময়তin course of timeক্ৰি. বিণ.সমাৰ্থক শব্দআনুদিত · ānuditaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ