← ফুৰি যাওক

আন্দোল্

āndol

অৰ্থ

1.

ওলমি লৰি থাক্, কোনো বস্ত্তৰ ভৰত দোঁ খা; যেনে-গুটিৰ ভৰত গছজোপা আন্দোলি পৰিছে; খাবলৈ পাই তাৰ গাৰ মঙহ আন্দোলি পৰিছে

to bend; to hand down

অক. ধা.

2.

ঘনে ঘনে সঞ্চালন কৰ্

to agitate

সক. ধা.

3.

(পু. অ.) বি. আন্দোলন; ঘনে ঘনে সঞ্চালন; যেনে-"গগনক ঢাকি মহা মেঘৰ আন্দোল" (দশম)

quick movement; agitation

অক. ধা.

4.

মনৰ উগুল-খুগুল; উদ্বেগ; ভাবনা-চিন্তা; যেনে-"সুমন্ত্ৰ মন্ত্ৰীৰ মন দেখি ভৈল কৰয় চিত্ত আন্দোল" (মা. ক., অযোধ্যাকাণ্ড)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ