কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাকতীয়াkākatīẏāAdjective
লিখা অঙ্গীকাৰ বা চুক্তিৰে আবদ্ধ; খত লিখি কৰাৰ কৰা; যেনে-"কাকতীয়া বনুবা"
bound by a bond or written contract
- কাকিনিkākiniAdjective
বেছি বয়সীয়া; বয়স চৰা; বব ওখ, লেঙা (তামোল আদি গছ)
very old; very high
- কাকুৎস্হkākutshaNoun
সূৰ্য্যবংশীয় দিলীপ ৰজাৰ বংশৰ শ্ৰীৰামচন্দ্ৰ প্ৰভৱতি ৰজাবিলাকৰ উপাধি
an epithet of the solar kings
- কাচাkācāAdjective
কেঁচা; যেনে-"যেন মহাবহ্নি কাচা সুখান নবাছে" (ভাগবত একাদশ)
green; not dry
- কাচি-দঁৰীয়াkāci-dam̐rīẏāAdjective
কাচিৰ দৰে দাঁৰ থকা
having toothed edge like that of a sickle
- কাচোনমতীka.so`n.mo.tiProper Adj.
সাজোন কাচোন কৰি ভাল পোৱা ছোৱালী৷
The girl who is very stylish.
- কাচ্পাৰkācpāraIntransitive verb
ভালকৈ কাপোৰ-কানি পিন্ধ্
to be fully dressed
- কাছপিঠীয়াka.so.pi.thi.yaProper Adj.
দুৰা-কাছৰ পিঠিৰ দৰে মাজ ওখ আৰু দুয়োফালে ক্ৰমান্বয়ে চাপৰ |
Curving or bulging outward, like the exterior of a circle
- কাছ্-পাৰkāch-pāraIntransitive verb
ভালকৈ কাপোৰ-কানি পিন্ধ্
to be fully dressed
- কাজ-ভাগীkāja-bhāgīAdjective
কাছুবা; কামত নিপুণ
skilful
- কাজিয়াখোৰka.ji.ya.kho’rProper Adj.
আনৰ লগত সততে কাজিয়া বা আক্ৰমণ কৰিবলৈ বিচৰা মানুহ৷
one who frequently fight or argue with others
- কাজীkājīNoun
মুছলমানৰ আইনমতে বিচাৰ কৰোঁতা; মুছলমান বিচাৰক
a Mahommedan judge
- কাজুবাkājubāAdjective
কাজ-ভাগী, কামত পাৰ্গত
skilful
- কাজুৱাka.ju.waProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কাঞ্চনপ্ৰভkan.son.probhProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- কাঞ্চনমতীkan.son.mo.tiProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- কাঞ্চনময়kan.son.moyProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- কাঞ্চনাভkan.so.nabhProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- কাটনNoun
কটা বা ছেদন কৰা কাৰ্য্য
the act of cutting
- কাঠ-কঠিনkāṭha-kaṭhinaAdjective
কাঠৰ দৰে টান; নিদাৰুণ
cruel; hard- hearted