কাকতীয়া
kākatīẏā
অৰ্থ
1.
লিখা অঙ্গীকাৰ বা চুক্তিৰে আবদ্ধ; খত লিখি কৰাৰ কৰা; যেনে-"কাকতীয়া বনুবা"
bound by a bond or written contract
বিণ.
2.
খত লিখি কিনা বা বেচা
solid or purchased on a written document
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ