← ফুৰি যাওক

কাকিনি

kākini

অৰ্থ

1.

বেছি বয়সীয়া; বয়স চৰা; বব ওখ, লেঙা (তামোল আদি গছ)

very old; very high

বিণ.

2.

ৰস আৰু কোমল পোক গুচি মাখি হোবা (মৌ)

fully developed and fledged

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাকিনি · অসমীয়া অভিধান