← ফুৰি যাওক

কাটন

অৰ্থ

1.

কটা বা ছেদন কৰা কাৰ্য্য

the act of cutting

বি.

2.

ধাৰ; চোক

edge; sharpness

বি.

3.

বাদ বা বিয়োগ-কৰণ

deduction; subtraction

বি.

4.

মাটি জৰিপ কৰি যাওঁতে শিকলিয়ে যি ঠাইত মাটিৰ সীমা কাটে

(in surveying) the point where the measuring chain cuts or crosses the common boundary of fields

বি.

5.

চোকা

sharp

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাটন · অসমীয়া অভিধান