কাচি-দঁৰীয়া
kāci-dam̐rīẏā
অৰ্থ
1.
কাচিৰ দৰে দাঁৰ থকা
having toothed edge like that of a sickle
বিণ.
2.
পাতৰ দাঁতিত দাঁৰ থকা এহাত- এমুঠনমান ওখ এবিধ ঔষধত লগা বন।
বিণ.
3.
এবিধ বনৰীয়া ওখ ডাঙৰ আওকাঠী গছ [তাৰ পাতৰ দাঁতিত দাঁৰ থাকে।]।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ