কাকুৎস্হ
kākutsha
অৰ্থ
1.
সূৰ্য্যবংশীয় দিলীপ ৰজাৰ বংশৰ শ্ৰীৰামচন্দ্ৰ প্ৰভৱতি ৰজাবিলাকৰ উপাধি
an epithet of the solar kings
বি.
2.
সূৰ্য্যবংশীয় দিলীপৰপৰা উদ্ভব হোবা
belonging to the solar dynasty
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ