কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মচুলুমেmo.su.lu.meAdverb
যিমানবোৰ সম্ভৱ সেই সকলোবোৰ একেলগে|
To a complete degree or to the full or entire extent.
- মচ্macTransitive verb
মাজ; মোহাৰি গুচা
to clean by rubbing; to wipe
- মচ্মচ্কৈ; মচ্মচ্ কৰে; মচ্মচিAdverb
(পু. অ.) অক. ধা. মচ্মচা।
- মচ্লুমেmaclumeAdverb
তেনেই; অলপো; সমূলি; নিচেই
totally; entirely
- মচ্mosVerb-Trans.
To clean a surface by using a cleaning device in a sweeping motion.
- মছলুমেmachalumeAdverb
তেনেই; অলপো; সমূলি; নিচেই
totally; entirely
- মজাmajāNoun
মজ্জা; কোনো বস্ত্তৰ ভিতৰৰ সাৰভাগ; শাহ
the pith; a corn or inner part of anything; the kernel of fruit etc
- মজা কৰ্mo.ja korVerb-Intran.
কোনো ঘটনা দেখি-শুনি আমেজ ল
Experience or take the pleasure in
- মজামজিকৈmo.ja.mo.ji.koiAdverb
হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |
Now and then or here and there.
- মজ্majNoun
এবিধ বনৰীয়া আওকাঠী ওখ ডাঙৰ গছ
a kind of tree; Albizzia lucica
- মজ্জ্majjIntransitive verb
মজ্জ্; বুৰ্; মগ্ন হ; যেনে-"সব নৰ পাপ পয়োধি মজ্জল" (বৰগীত)।
- মঞ্চসজ্জাmon.so.xo.jaVerbal Noun
অভিনয়ৰ বাবে ৰংগমঞ্চ সজোৱা কাৰ্য্য৷
The act of stage decorating for acting.
- মঞ্চস্থVerbal Noun
ৰংগমঞ্চত অভিনীত বা পৰিৱেশিত
presented on the stage
- মঞ্জুৰ কৰ্mon.jur korVerb-Trans.
To accord as a favor, prerogative, or privilege
- মঞ্জৰ্mañjarIntransitive verb
গজালি মেল্; কুঁহি পাত ধৰ্; কলি পেলা
to sprout; to bud
- মঠাল্maṭhālTransitive verb
কাঠ আদি মিহিকৈ চঁচাৰ আগতে অসমান ভাগ কাটি পেলাই সমান কৰ্; যেনে-"বাঢ়ৈয়ে পীৰা সাজিবলৈ কাঠ ডোখৰ মঠালি লৈছে, মিহিকৈ চঁচাই নাই"
to cut off the outer surface before plaining or smoothing
- মণ্ডিত কৰ্Verb-Trans.
দেখনিয়াৰ কৰ, চকুত লগাকৈ সজাই তোল
display in an attractive way
- মণ্ড্maṇḍTransitive verb
ভূষিত কৰ্; ৰঞ্জিত কৰ্; যেনে-"বিপ্ৰক মণ্ডিলা হেমময় অলঙ্কাৰে" (দশম)
to adorn; to delight
- মত দান কৰ্mot dan korVerb-Intran.
কোনোবাৰ/কিহবাৰ সম্পৰ্কে মতামত দিয়া বা সমৰ্থন কৰা
provide or express opinion or support for sb/sth
- মত দেmot deVerb-Intran.
কোনোবাৰ/কিহবাৰ সম্পৰ্কে মতামত দিয়া বা সমৰ্থন কৰা
provide or express opinion or support for sb/sth