← ফুৰি যাওক

মজ্

maj

অৰ্থ

1.

এবিধ বনৰীয়া আওকাঠী ওখ ডাঙৰ গছ

a kind of tree; Albizzia lucica

বি.

2.

ভালকৈ সিজি বা পকি কোমল বা ৰসাল হ; ভিতৰলৈ ৰস শুহি কোমল আৰু ৰসাল হ

to be perfectly cooked or ripe; to be soft by being thoroughly soaked or steeped

অক. ধা.

3.

বুৰ যা; মগ্ন হ; বৰকৈ আসক্ত হ; মোহিত হ

to be plunged; to be addicted; to be devoted; to be charmed

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মজ্ · অসমীয়া অভিধান