← ফুৰি যাওক

মঠাল্

maṭhāl

অৰ্থ

1.

কাঠ আদি মিহিকৈ চঁচাৰ আগতে অসমান ভাগ কাটি পেলাই সমান কৰ্; যেনে-"বাঢ়ৈয়ে পীৰা সাজিবলৈ কাঠ ডোখৰ মঠালি লৈছে, মিহিকৈ চঁচাই নাই"

to cut off the outer surface before plaining or smoothing

সক. ধা.

2.

মৰিয়াই ভাঙ্ (মাটিৰ চপৰা)

to break, as clods

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মঠাল্ · অসমীয়া অভিধান