← ফুৰি যাওক

মজা

majā

অৰ্থ

1.

মজ্জা; কোনো বস্ত্তৰ ভিতৰৰ সাৰভাগ; শাহ

the pith; a corn or inner part of anything; the kernel of fruit etc

বি.

2.

সুখ; সোবাদ

happiness; enjoyment; sweetness

বি.

3.

সোবাদ; সুখী; . মজা কৰ্; সুখ ভোগ কৰ্; মজা পা; শান্তি পা; দুখ পা।

sweet; happy

বিণ.

4.

আনৰ হতুবাই ঘঁহা

to cause to be rubbed

সক. ধা.

5.

মুগ্ধ কৰ্; তল নিয়া; নিমগ্ন কৰ্

to cause to be absorbed or charmed

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মজা · অসমীয়া অভিধান