কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অখিয়াakhiẏā
সক. বা. কঁটাল্; আখি গুচা
to remove to knots and branches
- অখ্যাতakhyātaAdjective
বিখ্যাত নোহোবা; অপ্ৰসিদ্ধ।
- অখ্যাতনামাo.khya.to.na.maProper Adj.
নিজৰ নাম নজনোৱা, নিলিখা বা গোপনে ৰখা (লোক)।
whose name is not known or not made public.
- অখ্যাতিকৰAdjective
অখ্যাতি বা দুৰ্যশ জন্মোবা; দুৰ্নামজনক
infamous
- অগণনagaṇanaAdjective
অলেখ; অসংখ্য; অগণ্য
countless; innumerable
- অগণনীয়o.go.no.ni.yoProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- অগতানুগতিকo.go.ta.nu.go.tikProper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- অগতিagatiAdjective
উপায়-বিহীন; নিৰুপায়; নিৰাশ্ৰয়; যেনে-তুমি অগতিৰ গতি।
- অগধুৰagadhuraAdjective
গধুৰ নোহোৰা; ভাবশূন্য; পাতল; লঘু
light; not heavy
- অগননProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- অগভীৰagabhīraAdjective
গভীৰ বা দ নোহোবা; বাম; তবাং
not dee; swallow
- অগম্যagamyaAdjective
দুৰ্গম; যাব বা সোমাব নোবৰা
impenetrable; impassable
- অগা-ডেবাagā-ḍebāNoun
আগ ভেটি ধৰা; আগে আগে জপিয়াই ফুৰা।
- অগা-পিচাagā-picāAdjective
এটাৰ পাছত আনটো হোবো; এটা আগত আৰু এটা পাছত হোবা
one after the other; in file
- অগা-পিছাagā-pichāAdjective
এটাৰ পাছত আনটো হোবো; এটা আগত আৰু এটা পাছত হোবা
one after the other; in file
- অগা-ভেটা লগাo.ga-bhe.ta lo.gaProper Adj.
অনিশ্চয়তা আৰু সন্দেহৰ বাবে সিদ্ধান্ত ল’বলৈ অপাৰগ।
unable to decide with uncertainty or doubt.
- অগাধagādhaAdjective
অতল; থাউনি নোপোবা; বৰ গভীৰ; বৰ দ; প্ৰগাঢ়
unfathomable; very deep; profound
- অগিয়ানagiẏānaAdjective
জ্ঞানহীন
stupid; foolish
- অগুণতিo.gu.no.tiProper Adj.
প্ৰয়োজনতকৈও অধিক উপলভ্য৷
present or available much more than what is needed
- অগুপুতo.gu.putProper Adj.
সহজে দেখা পোৱা (সাধাৰণতে নেতিবাচক অৰ্থত)।
easily seen or noticed (usually in a negative sense).