← ফুৰি যাওক

অগম্য

agamya

অৰ্থ

1.

দুৰ্গম; যাব বা সোমাব নোবৰা

impenetrable; impassable

বিণ.

2.

বুদ্ধিয়ে ঢুকি নোপোবা; বুজিবলৈ টান

incomprehensible

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অগম্য · অসমীয়া অভিধান