← ফুৰি যাওক

অগাধ

agādha

অৰ্থ

1.

অতল; থাউনি নোপোবা; বৰ গভীৰ; বৰ দ; প্ৰগাঢ়

unfathomable; very deep; profound

বিণ.

2.

দুৰ্গম আক দূৰলৈ ব্যাপি থকা; যেনে-অগাধ হাবি

extensive

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ