← ফুৰি যাওক

অগা-ডেবা

agā-ḍebā

অৰ্থ

1.

আগ ভেটি ধৰা; আগে আগে জপিয়াই ফুৰা।

বি.

2.

এটা আগ বঢ়া আনটো পাচ পৰা; এটাৰ মূৰ আগ বা দীঘল হোবা, আনটোৰ পাচ বা চুটি হোবা; দুয়োটাৰ মূৰ সমান নোহোবা

not commeasurable or symmetrical

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অগা-ডেবা · অসমীয়া অভিধান