কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আচম্বিতেa.som.bi.teAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- আচলতেa.so.lo.teAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- আচুঁবাācum̐bāTransitive verb
খোবাৰ পাচত মুখ ধুবা
to cause to wash the mouth after eating
- আচোঁācom̐Intransitive verb
ভাত খোবাৰ পাচত মুখ ধো
to wash the mouth after eating a meal
- আচৰণ কৰ্a.so.ron korVerb-Trans.
<br>[a] to act or react in certian way under a given circumtances <br>[b] to treat somebody in a particular manner
- আচৰাVerb-Intran.
দেহৰ কোনো পৃষ্ঠত চোকা বা খহটা বস্তুৰে ঘঁহি, মোহাৰি বা আঁচুৰি দে
to break, mar, or mark the surface of by rubbing, scraping, or tearing with something sharp or rough
- আচৰিত হa.so.rit hoVerb-Intran.
হঠাতে অতি আশ্চৰ্য্য-চকিত হোৱা
fill with wonder, strike with sudden and usually great wonder or surprise
- আচৰ্ācarIntransitive verb
নিয়ম ধৰি কাম কৰ্ বা চল; ব্যবহাৰ কৰ্
to behave; to conduct
- আছa.soVerb-Intran.
কোনো বস্তু বা ব্যক্তি মজুত থকা
to possess; own; hold for use; contain
- আছাৰ্āchārTransitive verb
ধৰি পেলাই বলেৰে জোকাৰ বা কোবা; যেনে- কাপোৰখন নৈত আছাৰি আনগৈ; চৰাইজনীয়ে কেঁচুটো আছাৰি আছাৰি গিলিছে
to shake forcibly
- আছুতীয়াকৈa.su.tiya.koiAdverb
Distinctly different parts or units
- আছুতীয়াকৈ ৰাখ্a.su.ti.ya.koi rakhVerb-Trans.
কোনো মানুহ,বস্তু আদি এটাৰ পৰা আনটো নিলগাই ৰখা আৰু ভিন্ন ব্যৱহাৰ কৰা
to isolate, keep some people or something separately from other and treat them differently
- আছোক্, আছোক্ ছাৰিāchok, āchok, chāriAdverb
থাকক ছাৰি; ঘটক ছাৰি; সম্ভব হওক ছাবি; থকাক এৰি; যেনে-"আছোক লঙ্ঘিবে দেবতাৰো লাগে ত্ৰাস"। "লোকক দিয়া আছোক ছাৰি, মোৰে নাই"
far from; instead of
- আছ্āchIntransitive verb
থাক্; স্হিতি হ; উপস্হিত থাক্
to exist
- আছৰা দিa.so.ra diVerb-Trans.
মাটি বোকা কৰি তাত ধান খিচি দি ৷
To grow paddy by sowing broadcast on muddy land.
- আজ-মাৰāja-māraIntransitive verb
কোনো ওজৰ বা খুঁত নথকাকৈ কৰ্
to do well and completely
- আজান দিIntransitive verb
সমাজ পঢ়িবলৈ মাত ্।
- আজি ধৰিAdverb
আজিৰপৰা আৰম্ভ কৰি; আজিৰপৰা
from today or this time
- আজি পৰ্যন্তa.ji por.jon.toAdverb
started long ago and continued to happend till today
- আজিওa.jio`Adverb
started long ago and continued to happend till today