আছাৰ্
āchār
অৰ্থ
1.
ধৰি পেলাই বলেৰে জোকাৰ বা কোবা; যেনে- কাপোৰখন নৈত আছাৰি আনগৈ; চৰাইজনীয়ে কেঁচুটো আছাৰি আছাৰি গিলিছে
to shake forcibly
সক. ধা.
2.
বলেৰে জোকাৰি বা কোবাই আঁতৰাই পেলা; যেনে-ম'হটোবে নেজেৰে বোকা আছাৰিছে
to throw off
সক. ধা.
3.
বলেৰে আঁতৰাই পেলোবা; বলেৰে দূৰলৈ নিক্ষেপকৰণ; যেনে-"খণ্ড খণ্ড কৰে মেঘ লেজৰ আছাৰে" (দশম)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ